Ram Mandir Facts in Assamese । ৰাম মন্দিৰৰ লগত জড়িত কিছুমান আমোদজনক তথ্য

Ram Mandir Facts in Assamese, ৰাম মন্দিৰৰ লগত জড়িত কিছুমান আমোদজনক তথ্য, Ram Mandir in Assamese, About Ram Mandir in Assamese 

Ram Mandir Facts in Assamese । ৰাম মন্দিৰৰ লগত জড়িত কিছুমান আমোদজনক তথ্য


অযোধ্যাৰ ৰাম মন্দিৰ ভাৰতীয় সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ স্থান  এই মন্দিৰ নিৰ্মাণৰ লগত এক বিস্তৃত আৰু আকৰ্ষণীয় ইতিহাস জড়িত হৈ আছে  ভগৱান ৰামৰ  মন্দিৰৰ বহুতো আমোদজনক তথ্যই আছে   গতিকে আমি আজি এই লিখাটোত ৰাম মন্দিৰৰ লগত জড়িত কিছুমান আমোদজনক তথ্য (Ram Mandir Facts in Assamese”) বিষয়ে জানিম

 

Ram Mandir Facts in Assamese ৰাম মন্দিৰৰ লগত জড়িত কিছুমান আমোদজনক তথ্য ইয়াত উল্লেখ কৰা হ’ল:

 

/ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কামত ৰাম নামত বিশেষ ইটা ব্যৱহাৰ কৰা হৈছে।

/ ৰাম মন্দিৰ উত্তৰ প্ৰদেশৰ অযোধ্যাত অৱস্থিত ।

/ ২০২৪ চনৰ ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা কৰা হ’ব।

 / ৰাম মন্দিৰ নিৰ্মাণত লোহা আৰু তীখাৰ (steel) কোনো ব্যৱহাৰ  কৰা নাই

 / ৰাম মন্দিৰৰ পৰা ২০০০ ফুট তলত এটা টাইম কেপচুল স্থাপন কৰা হ’ব।

 / ৫ আগষ্ট ২০২০ তাৰিখে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয়।

/ ১৫ প্ৰজন্মৰ মন্দিৰৰ স্থাপত্যৰ উত্তৰাধিকাৰ থকা সোমপুৰা পৰিয়ালে এই মন্দিৰটোৰ ডিজাইন কৰিছে।

 

/ অযোধ্যাৰ ৰাম জন্মভূমি মন্দিৰত ১৩ খন সোণৰ দুৱাৰ স্থাপন কৰা হৈছে।

/  ১০৭ একৰ মাটিকালিত নিৰ্মাণ কৰা হৈছে ৰাম মন্দিৰ।

১০/  ৰাম মন্দিৰ নিৰ্মাণ কৰিছে লাৰ্চেন এণ্ড টৌব্ৰ’(L&T) লিমিটেড কোম্পানীয়ে।

১১/ শ্ৰী ৰাম মন্দিৰৰ গৰ্ভগৃহ আসন শিলা মকৰাণা মাৰ্বলৰ দ্বাৰা নিৰ্মিত।

 ১২/  অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰৱেশদ্বাৰ পূব দিশত, সিংহদুৱাৰ পৰা ৩২ চিৰি বগাই প্ৰৱেশ কৰা হ’ব।

 ১৩/  যোধ্যাত নিৰ্মাণ হ’বলগীয়া সীতা হ্ৰদৰ দৈৰ্ঘ্য ৪ কিলোমিটাৰ আৰু প্ৰস্থ ৫০০ মিটাৰ।

১৪/ ২০২০ চনত অনুষ্ঠিত হৈছিল ৰাম মন্দিৰ ভূমি পূজন।

 ১৫/  মন্দিৰত মুঠ ৪৪ খন দুৱাৰ নিৰ্মাণ কৰা হৈছে।

 ১৬/ ্ৰাষ্টৰ মতে, ৰাম মন্দিৰৰ দৈৰ্ঘ্য (পূবৰ পৰা পশ্চিমলৈ) প্ৰায় ৩৮০ ফুট, প্ৰস্থ ২৫০ ফুট আৰু উচ্চতা ১৬১ ফুট হ’ব।

 ১৭/  অযোধ্যাৰ ৰাম মন্দিৰত ৫টা পেভিলিয়ন থাকিব।

১৮/ অযোধ্যাৰ ৰাম মন্দিৰটো পৰম্পৰাগত নগৰ শৈলীত নিৰ্মাণ কৰা হৈছে।

 ১৯/ যোধ্যাৰ  ৰামলালাৰ সিংহাসন মাৰ্বলৰ সিংহাসনত সোণৰ লেপ দিয়া।

Next Post Previous Post
No Comment
Add Comment
comment url
WhatsApp Group Join Now
Telegram Group Join Now