Diwali Wishes in Assamese । দীপাৱলীৰ শুভেচ্ছা বাণী

Diwali Wishes in Assamese। দীপাৱলীৰ শুভেচ্ছা বাণী। Deepawali wishes। Diwali Assamese wishes । Diwali Assamese status । Diwali Assamese whatsapp status ।Diwali Assamese quotes। 

Diwali Wishes in Assamese । দীপাৱলীৰ শুভেচ্ছা বাণী



1. দীপান্বিতাৰ পোহৰে সমাজৰপৰা হিংসা-বিদ্বেষ, অসূয়া-অপ্ৰীতিৰ ভাৱ আঁতৰাই আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰীডাল শক্তিশালী কৰি তোলক। শুভ দীপাৱলী! 

Diwali Wishes in Assamese । দীপাৱলীৰ শুভেচ্ছা বাণী




2. শুভ দীপাৱলী! 

পোহৰৰ এই উৎসৱত আপোনাৰ জীৱন সুখময় হওঁক, দীপাৱলীৰ বন্তিয়ে আপোনাৰ জীৱন আনন্দৰে ভৰাই তোলক।

Diwali Wishes in Assamese । দীপাৱলীৰ শুভেচ্ছা বাণী




 3. দীপাৱলীৰ শুভেচ্ছা থাকিল!  আপোনাৰ জীৱনটো সুখেৰে জিলিকি উঠক।

Diwali Wishes in Assamese । দীপাৱলীৰ শুভেচ্ছা বাণী




4. এই দীপাৱলীত আপোনাৰ জীৱনত সফলতা আৰু সমৃদ্ধিৰ চাঁকি জ্বলি উঠক। শুভ দিপাৱলী! 

Diwali Wishes in Assamese । দীপাৱলীৰ শুভেচ্ছা বাণী




 5. দীপাৱলীৰ শুভেচ্ছা থাকিল! দীপাৱলীৰ পোহৰৰ দৰে আপোনাৰ ঘৰখন সদায়  জিলিকি উঠক ।

Diwali Wishes in Assamese । দীপাৱলীৰ শুভেচ্ছা বাণী





 6. দীপাৱলীৰ শুভেচ্ছা থাকিল! এই দীপাৱলীয়ে আপোনাৰ জীৱনলৈ নতুন উদ্যম আৰু নতুন আশা কঢ়িয়াই আনক।

Diwali Wishes in Assamese । দীপাৱলীৰ শুভেচ্ছা বাণী





 7. এই পোহৰৰ উৎসৱত আপোনাৰ জীৱন সুখেৰে পৰিপূৰ্ণ হওক।আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

Diwali Wishes in Assamese । দীপাৱলীৰ শুভেচ্ছা বাণী




 8. এই পবিত্ৰ দীপাৱলীত আপোনাৰ সকলো আশা পূৰ্ণ হওক। শুভ দীপাৱলী! 

Diwali Wishes in Assamese । দীপাৱলীৰ শুভেচ্ছা বাণী




 9. দীপাৱলীৰ পোহৰে আপোনাৰ জীৱন আলোকিত কৰক আৰু আপোনাৰ সকলো বিপদ দূৰ কৰক। শুভ দীপাৱলী! 

Diwali Wishes in Assamese । দীপাৱলীৰ শুভেচ্ছা বাণী



 10.  এই দীপাৱলীয়ে আপোনাৰ জীৱনত অপৰিসীম সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক। শুভ দীপাৱলী! 

Diwali Wishes in Assamese । দীপাৱলীৰ শুভেচ্ছা বাণী




 11.  এই দীপাৱলীয়ে আপোনাৰ জীৱনলৈ নতুন শক্তি আৰু নতুন প্ৰেৰণা কঢ়িয়াই আনক। শুভ দীপাৱলী! 

Diwali Wishes in Assamese । দীপাৱলীৰ শুভেচ্ছা বাণী




 12. এই দীপাৱলীয়ে আপোনাৰ জীৱনলৈ নতুন উদ্যম আৰু নতুন আশা কঢ়িয়াই আনক। শুভ দীপাৱলী!

Diwali Wishes in Assamese । দীপাৱলীৰ শুভেচ্ছা বাণী


Next Post Previous Post
No Comment
Add Comment
comment url
WhatsApp Group Join Now
Telegram Group Join Now