ভোগালী বিহুৰ শুভেচ্ছা অসমীয়া 2025। Bhogali Bihu 2025 wishes in Assamese

ভোগালী বিহুৰ শুভেচ্ছা অসমীয়া 2025, Bhogali Bihu 2025 wishes in Assamese, Bhogali Bihu quotes in Assamese, Bhogali Bihu photo in Assamese, Magh Bihu Status in Assamese 

ভোগালী বিহুৰ শুভেচ্ছা অসমীয়া 2024, Bhogali Bihu 2024 wishes in Assamese


  • মেজিৰ জুইত জাহ যাওঁক দুখ, হিংসা, দুর্নীতি আৰু ঘূৰি আহক সুখ, শান্তি আৰু সমৃদ্ধি। সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ..

ভোগালী বিহুৰ শুভেচ্ছা অসমীয়া 2024, Bhogali Bihu 2024 wishes in Assamese


  • সকলোকে ভোগালি বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ জনালোঁ

ভোগালী বিহুৰ শুভেচ্ছা অসমীয়া 2024, Bhogali Bihu 2024 wishes in Assamese


  • আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ভোগালীৰ উৰুকা আৰু মাঘ বিহুৰ আন্তৰিক শুভকামনা আৰু হিয়াভৰা শুভেচ্ছা জনালোঁ

ভোগালী বিহুৰ শুভেচ্ছা অসমীয়া 2024, Bhogali Bihu 2024 wishes in Assamese



  • ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা থাকিল। আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে।



  • সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা শুভকামনা জনালো।

ভোগালী বিহুৰ শুভেচ্ছা অসমীয়া 2024, Bhogali Bihu 2024 wishes in Assamese



  • ভোগালীয়ে সকলোৰে মনবোৰ সমৃদ্ধ কৰক, কঢ়িয়াই আনক জীৱনলৈ আনন্দ আৰু উল্লাস... ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ।



  • ভোগালীৰ ভোগেৰে, মেজিৰ উমেৰে, মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিছোঁ.. HappyBhogali Bihu

Next Post Previous Post
No Comment
Add Comment
comment url
WhatsApp Group Join Now
Telegram Group Join Now