Happy New Year Wishes in Assamese 2025। New Year WhatsApp status Assamese ।নতুন বছৰৰ শুভেচ্ছা অসমীয়া

নতুন বছৰৰ শুভেচ্ছা অসমীয়া 2025, Happy New year 2025 wishes in Assamese, New Year quotes in Assamese, New Year photo in Assamese, New Year Status in Assamese 


1.
নতুন বছৰে আপোনাক আৰু আপোনাৰ পৰিয়াললৈ সুখ, শান্তি, সমৃদ্ধি, কঢ়িয়াই আনক আৰু বছৰটো আপোনাৰ বাবে অতি ফলপ্ৰসূ হওক...তাৰে কামনাৰে 

               নতুন বছৰৰ শুভেচ্ছা থাকিল

Happy New Year Wishes in Assamese 2024। New Year WhatsApp status Assamese ।নতুন বছৰৰ শুভেচ্ছা অসমীয়া


2.

নতুন আশা নতুন প্ৰাণ

নতুন হাঁহি নতুন গান, 

নতুন কিৰণ নতুন পোঁহৰ

নতুন দিন হওক ভাল, 

আহক দুখক পাহৰি যাঁও 

নতুনক আদৰি লওঁ 

Happy New year 2025


3.

নতুন বছৰৰ প্ৰথম দিনত 

 শপত লওঁ মনত 

কৰিম মই ভাল কাম 

এই নতুন বছৰত 


4.

 নতুন বছৰৰ প্ৰতিটো মুহূৰ্তত ৰঙীন আৰু আগন্তুক দিনবোৰ সুন্দৰ আৰু সমৃদ্ধিশালী হওক! তাৰেই কামনাৰে.. 

  2025 চনৰ নৱবৰ্ষৰ শুভেচ্ছা থাকিল

Happy New Year Wishes in Assamese 2024। New Year WhatsApp status Assamese ।নতুন বছৰৰ শুভেচ্ছা অসমীয়া


5. 

কেৱল প্ৰথম দিনাই নহয়,

 বছৰৰ প্ৰতিটো দিনেই

 আপোনাৰ সুখ স্থায়ী হওক..

 শুভ নৱবৰ্ষ

Happy New Year Wishes in Assamese 2024। New Year WhatsApp status Assamese ।নতুন বছৰৰ শুভেচ্ছা অসমীয়া


6. 

আশাবোৰ পূৰণ হওক, সপোনবোৰ বাস্তৱ হওক, দুখবোৰ গুচি যাওক, নতুন বছৰৰ দিনবোৰ সকলোৰে বাবে ভাল হওক। 

                      শুভ নৱবৰ্ষ 2025

Happy New Year Wishes in Assamese 2024। New Year WhatsApp status Assamese ।নতুন বছৰৰ শুভেচ্ছা অসমীয়া


7. 

মোৰ সকলো মৰমৰ বন্ধু-বান্ধৱী 😍 আৰু শত্ৰুলৈ 😊 নৱবৰ্ষৰ শুভেচ্ছা থাকিল।আপোনালোকৰ নৱবৰ্ষ হৈ পৰক সুখৰ ভঁৰাল! Happy New Year 2025 


8.

আপোনাৰ এই নতুন বছৰটো যাতে ১২ মাহ আনন্দৰে, ৫২ সপ্তাহ সুখেৰে, ৩৬৫ দিন সফলতাৰে, ৮৭৬০ ঘণ্টা সুস্বাস্থ্যৰে, আৰু ৫২৫৬০০ মিনিট সৌভাগ্যেৰে কাটে! তাৰে কামনাৰে শুভ নৱবৰ্ষ!!

Happy New Year Wishes in Assamese 2024। New Year WhatsApp status Assamese ।নতুন বছৰৰ শুভেচ্ছা অসমীয়া


9.

মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ।  আনন্দৰে নৱবৰ্ষৰ দিনটো উপভোগ কৰক! 


10.

সকলো বস্তুৰে আৰম্ভণি আৰু অন্ত থাকে।  কিন্তু নতুন বছৰত আপোনালোকৰ আনন্দ আৰু সুখৰ কেতিয়াও অন্ত নপৰে তাৰেই কামনা কৰিলোঁ।  শুভ নৱবৰ্ষ! 


Next Post Previous Post
No Comment
Add Comment
comment url
WhatsApp Group Join Now
Telegram Group Join Now