Shivratri wishes in Assamese 2024। মহা শিৱৰাত্ৰিৰ শুভেচ্ছা বাণী
Mahashivratri wishes, Shivratri wishes in Assamese, Shivratri whatsapp status, Maha Shivratri Wishes in Assamese 2024, Shivratri quotes in Assamese, Shivratri status, মহাশিৱৰাত্ৰিৰ শুভেচ্ছা বাণী,
নম: শিবায় নম:
সকলকে মহাশিৱৰাত্ৰি আন্তৰিক শুভেচ্ছা জনালোঁ
সত্যম শিবম সুন্দৰম!
শিব হল সত্য,
শিব সৌন্দর্য্য,
মহাদেবেৰ কৃপাত সকলৰে মংগল হওঁক।
শুভ শিবৰাত্রি!
শিবায় নম
সকলকে মহা শিবৰাত্রিৰ আন্তৰিক
শুভেচ্ছা ও অভিনন্দন জনালোঁ !
ভোলানাথে সকলোৰে মঙ্গল কৰক
শিবৰ আশীর্বাদত জীবন আনন্দময় হয় উঠক।
মহা শিবৰাত্রিয়ে জীবনক দিয়ক কিছু সুন্দৰ সৃষ্টিৰ প্রেৰণা।
শুভ মহা শিবৰাত্রি!