Bohag Bihu wishes in Assamese ।বহাগ বিহুৰ শুভেচ্ছা বাণী 2024
Bohag Bihu wishes in Assamese, Bohag Bihu, Bohag Bihu in Assamese, Rongali Bihu wishes, Rongali Bihu wishes in Assamese, bohag Bihu status Assamese, বহাগ বিহু, বহাগ বিহুৰ শুভেচ্ছা বাণী, ৰঙালী বিহুৰ শুভেচ্ছা,
1. সকলোকে অসমীয়া নতুন বছৰ আৰু ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো
2. আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰবৰ্গলৈ ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ!
3. বহাগ বিহু আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল। আপোনাৰ নতুন বছৰৰ দিনবোৰ সুখ আৰু আনন্দৰে ভৰি পৰক।
4. বহাগ বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জনালো।
বহাগ বিহু তথা নতুন বছৰে সমাজত কঢ়িয়াই আনক সুখ, শান্তি আৰু ভাতৃত্ববোধ।
5. অসমীয়া নববর্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালো।
ৰঙালী বিহুয়ে আপোনাৰ জীৱন ৰঙীন আৰু সুখময় কৰি তোলক।
6. ৰঙালী বিহুৰ শুভেচ্ছা জনালো।
ৰঙালী বিহুয়ে সকলৰে মনবোৰ প্ৰেম - ভালপোৱাৰে ৰঙীন কৰি তোলক।
7. সমূহ অসমবাসী ৰাইজলৈ বহাগ বিহুৰ লগতে নতুন বছৰৰ শুভেচ্ছা জনালো। বহাগ বিহু শান্তি সম্প্রতি আৰু আনন্দৰ উৎস হওঁক।
8. অসমবাসী ৰাইজলৈ অসমীয়াৰ বাপতি - সাহোন বহাগ বিহুৰ আন্তৰিক ওলগ জনালোঁ। আহিবলগীয়া দিনবোৰ সুখ, শান্তি আৰু সমৃদ্ধিশালী হওঁক।